দশম ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৪৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে। বিজেপিৰ জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মাই ৬০,৯০৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে লাভ কৰিছে মাত্ৰ ১৬,৮১৮টা ভোট।
Published by: Kokil Sarma
FIRST PUBLISHED : May 02, 2021, 14:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।