
Assam Election Results 2021: ৬ষ্ঠ ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে।
Assam Election Results 2021: ৬ষ্ঠ ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে।
৬ষ্ঠ ৰাউণ্ডৰ গণনাৰ অন্তত জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৪ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ৩৭,০০১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে লাভ কৰিছে ১২,৯৭৪টা ভোট।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|