
বুধবাৰে ৰাজ্যখনৰ ৫৯০ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৬০ জন হৈছে কামৰূপ মহানগৰ জিলাৰ আৰু ৫৯ জন হৈছে কামৰূপ জিলাৰ।
বুধবাৰে ৰাজ্যখনৰ ৫৯০ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৬০ জন হৈছে কামৰূপ মহানগৰ জিলাৰ আৰু ৫৯ জন হৈছে কামৰূপ জিলাৰ।
ৰাজ্যত ক্ৰমান্বয়ে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে Covid-19ত আক্ৰান্তৰ সংখ্যা। বুধবাৰে ৰাজ্যখনৰ ৫৯০ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৬০ জন হৈছে কামৰূপ মহানগৰ জিলাৰ আৰু ৫৯ জন হৈছে কামৰূপ জিলাৰ।
বিগত ২৪ ঘণ্টাত ৫,৪৮৯ জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১০.৭৫ শতাংশ। ৰাজ্যখনত সম্প্ৰতি এক্টিভ কেছ হৈছে ২,৫৮৪। আজি আক্ৰান্তসকলৰ ভিতৰত ধুবুৰীৰ আছে ৫৫ জন আৰু গোৱালপাৰাৰ ৫০জন লোক। উদ্বেগজনক কথাটো হ'ল যে বিগত ২৪ ঘণ্টাত কামৰূপ জিলাৰ ক'ৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্য়ু হয়। আনহাতে ১৯০ জন আক্ৰান্ত লোকে আজি আৰোগ্য লাভ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|