মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid-19 in Assam: নিৰ্বাচনৰ ফলাফলৰ দিনা বৃদ্ধি পালে আক্ৰান্তৰ হাৰ, কামৰূপ মহানগৰত আক্ৰান্ত ১০৯৯জন।

Covid-19 in Assam: নিৰ্বাচনৰ ফলাফলৰ দিনা বৃদ্ধি পালে আক্ৰান্তৰ হাৰ, কামৰূপ মহানগৰত আক্ৰান্ত ১০৯৯জন।

দেওবাৰে নিৰ্বাচনৰ ফলাফলৰ আনন্দৰ মাজতে আহিছে উদ্বেগজনক খবৰ। আজিৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১০.০১ শতাংশ। 

দেওবাৰে নিৰ্বাচনৰ ফলাফলৰ আনন্দৰ মাজতে আহিছে উদ্বেগজনক খবৰ। আজিৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১০.০১ শতাংশ। 

  • Share this:
অসমত প্ৰতিদিনেই বৃদ্ধি পাবলৈ লৈছে আক্ৰান্তৰ হাৰ। দেওবাৰে নিৰ্বাচনৰ ফলাফলৰ আনন্দৰ মাজতে আহিছে উদ্বেগজনক খবৰ। আজিৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১০.০১ শতাংশ।

দেওবাৰে ২৩,৮১৮ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ২৩৮৫জনৰ ফলাফল পজিটিভ আহে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩০জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয়। সম্প্ৰতি ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে ৮৯.৬ শতাংশ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি