দুগ্ধ ব্যৱসায়ীৰ বাবে বিশেষ আঁচনি লোৱা হৈছে এইবাৰৰ বাজেটত। গৰু–ম’হৰ উচ্চ জাতৰ মাইকী পোৱালি বৃদ্ধিৰ আঁচনি লোৱা হৈছে। ৯০% পৰ্যন্ত মাইকী পোৱালি বৃদ্ধিৰ চেষ্টাৰ বাবে ব্যৱস্থা কৰা হ'ব কৃত্ৰিম শুক্ৰাণুৰ।

মাইকী গৰু-ম'হৰ পোৱালী বৃদ্ধি হ'লে গাখীৰৰ বৰ্ধিত চাহিদা পূৰণত সহায়ক হ'ব বুলি আশা কৰা হৈছে। ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ই কমেও ৫০ হাজাৰ গৰু-ম'হক সামৰি ল'ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। প্ৰথম বছৰৰ সময়ছোৱাত এই ব্যৱস্থা ৰূপায়ণৰ ফলত ৩০ শতাংশ গৰ্ভধাৰণ হাৰৰ জৰিয়তে ১২ হাজাৰ মাইকী গৰু-ম'হৰ পোৱালী জন্ম হ'ব বুলি আশা কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|