বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / গুৱাহাটী / কাইলৈ হ'ব বিহুৰ বিশ্ব অভিলেখ, বিহুৱা-বিহুৱতী-প্ৰশিক্ষকক দিয়া হ'ব ২৫ হাজাৰকৈ টকা ...

কাইলৈ হ'ব বিহুৰ বিশ্ব অভিলেখ, বিহুৱা-বিহুৱতী-প্ৰশিক্ষকক দিয়া হ'ব ২৫ হাজাৰকৈ টকা ...

কাইলৈ হ'ব বিহুৰ বিশ্ব অভিলেখ, বিহুৱা-বিহুৱতী-প্ৰশিক্ষকক দিয়া হ'ব ২৫ হাজাৰকৈ টকা ...

বিয়লি ৫.৩০ বজাৰ পৰা ৬.৩০ বজাৰ ভিতৰত কাইলৈ সৰুসজাই ষ্টেডিয়ামত হ’ব বিহুৰ বিশ্ব অভিলেখ। এই কথা সংবাদেমল যোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কাইলৈ হ’ব বিহুৰ বিশ্ব অভিলেখ। বিহুৱা-বিহুৱতী-প্ৰশিক্ষকক দিয়া হ’ব ২৫ হাজাৰকৈ টকা। ১১,১০৪ নাচনী, ঢুলীয়া, মাষ্টাৰ ট্ৰেইনাৰে পাব এই ধনৰাশি।

বিয়লি ৫.৩০ বজাৰ পৰা ৬.৩০ বজাৰ ভিতৰত কাইলৈ সৰুসজাই ষ্টেডিয়ামত হ’ব বিহুৰ বিশ্ব অভিলেখ। এই কথা সংবাদেমল যোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বাবে কোনো প্ৰৱেশ পত্ৰ নালাগে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই কাৰ্যসূচী বিজ্ঞাপন নোহোৱাকৈ টিভিত প্ৰত্যক্ষ কৰিব পাৰিব সকলোৱে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন