বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / গুৱাহাটী / অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু ...

অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু ...

অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু ...

অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু …

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু । কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ কৰ্তৃপক্ষই প্ৰদান কৰিব প্ৰমাণপত্ৰ।

অৱশেষত গৰু বিহুৰ আগদিনাই অসমবাসীলৈ আহিল সেই সুখবৰ। হেঁপাহৰ বিহুৱে গঢ়িলে বিশ্ব অভিলেখ। সৰুসজাইত ১১,৩০৪ গৰাকী নাচনী-বিহুৱাৰ লগতে অগণন লোক এই অনন্য ক্ষণৰ সাক্ষী হৈ ৰ’ল। বিশ্ব অভিলেখৰ সাক্ষী হৈ ৰ’ল সৰুসজাই ষ্টেডিয়াম।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন