অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা মোহময়ী অভিনেত্ৰী দীপলিনা ডেকাক মানসিক হাৰাশাস্তি চলোৱাৰ অপৰাধত এজন যুৱকক আটক কৰা হৈছে।
চান্দমাৰী আৰক্ষীয়ে আটক কৰিছে এই যুৱকজনক। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক হাৰাশাস্তি কৰা যুৱকজনৰ পৰিচয় জানিব পৰা গৈছে। যুৱকজন গুৱাহাটীৰ মৃদুল নাথ।
Published by: Kokil Sarma
FIRST PUBLISHED : December 23, 2022, 23:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|