মুখ্যপৃষ্ঠা »খবৰ »অসম »২৮ জানুৱাৰীত অসমৰ চাৰিগৰাকী প্ৰগতিশীল কৃষকক অগপৰ কৃষক পৰিষদে প্ৰদান কৰিব "কৃষক বঁটা-২০২৩" ...

২৮ জানুৱাৰীত অসমৰ চাৰিগৰাকী প্ৰগতিশীল কৃষকক অগপৰ কৃষক পৰিষদে প্ৰদান কৰিব "কৃষক বঁটা-২০২৩" ...

২৮ জানুৱাৰী কৃষক শ্বহীদ দিৱস। এই দিৱসটোতে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে অসমৰ চাৰি গৰাকীকৈ প্ৰগতিশীল কৃষকক "কৃষক বঁটা - ২০২৩" প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অগপৰ আমবাৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব কৃষক বঁটা প্ৰদান অনুষ্ঠান।

  • Share this:
২৮ জানুৱাৰী কৃষক শ্বহীদ দিৱস। এই দিৱসটোতে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে অসমৰ চাৰি গৰাকীকৈ প্ৰগতিশীল কৃষকক "কৃষক বঁটা - ২০২৩" প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই শুকুৰবাৰে দলীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত ঘোষণা কৰে বঁটা প্ৰাপকৰ নাম সমুহ। অগপৰ ভাতৃ সংগঠন টোৱে ঘোষণা কৰা মতে ডিব্ৰুগড়ৰ জিলাৰ জৈৱিকভাৱে প্ৰাকৃতিক চাহ প্ৰস্তুতকাৰী ক্ষুদ্ৰ চাহ খেতিয়ক ধীৰেন ফুকন, বৰাক উপত্যকাৰ কাছাৰ জিলাৰ মীন পালক আৰু মীন পোনা উৎপাদনকাৰী নজৰুল হক আৰু কামৰূপ জিলাৰ শ্ৰীকৃষ্ণ দুগ্ধ উৎপাদক দময়ন্তী দাস, অপমা জ্যোতি দাসে ২০২৩ বৰ্ষৰ অগপৰ কৃষক বঁটা লাভ কৰিব। শনিবাৰে পুৱা ৯:৩০ বজাত মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী তত্বাৱধায়ক ডা: কমলা কলিতা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ উপস্থিতিত বঁটা সমূহ গ্ৰহন কৰিব চাৰিও গৰাকী কৃষকে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি