உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Zubeen Garg : আজিয়ে হাস্পতালৰ পৰা ঘৰলৈ উভতিব পাৰে জুবিন গাৰ্গ, চিকিৎসকে ক’লে – ভয়–শংকাৰ কাৰণ নাই

    Zubeen Garg : আজিয়ে হাস্পতালৰ পৰা ঘৰলৈ উভতিব পাৰে জুবিন গাৰ্গ, চিকিৎসকে ক’লে – ভয়–শংকাৰ কাৰণ নাই

    চিকিৎসকে জনায়, ECG আৰু তেজ পৰীক্ষা কৰা হৈছে জুবিনৰ। আৰু কেইটামান পৰীক্ষা কৰিবলৈ বাকী আছে।

    চিকিৎসকে জনায়, ECG আৰু তেজ পৰীক্ষা কৰা হৈছে জুবিনৰ। আৰু কেইটামান পৰীক্ষা কৰিবলৈ বাকী আছে।

    চিকিৎসকে জনায়, ECG আৰু তেজ পৰীক্ষা কৰা হৈছে জুবিনৰ। আৰু কেইটামান পৰীক্ষা কৰিবলৈ বাকী আছে।

    • Share this:
    অসুস্থতাৰ বাবে যোৱানিশা আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব। জুবিনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। চিকিৎসকৰ পৰামৰ্শ অনুসৰি খোৱা-বোৱা কৰিবলৈ দিয়া হৈছে জুবিনক। চিকিৎসকৰ মতে, বৰ্তমান কোনো ভয় তথা শংকাৰ কাৰণ নাই।

    চিকিৎসকে জনায়, ECG আৰু তেজ পৰীক্ষা কৰা হৈছে জুবিনৰ। আৰু কেইটামান পৰীক্ষা কৰিবলৈ বাকী আছে।

    ৰিপ’ৰ্টত সকলো ঠিকে আহিলে আজিয়ে ঘৰলৈ যাব দিয়াৰ সম্ভাৱনা আছে জুবিন গাৰ্গক।অন্যথা আজিৰ দিনটো আয়ুৰসুন্দ্ৰা হাস্পতালতে কটাব শিল্পীগৰাকীয়ে।

    উল্লেখযোগ্য যে উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে যোৱানিশা জুবিনক ভৰ্তি কৰোৱা হৈছিল গড়চুকস্থিত আয়ুৰসুন্দ্ৰা হাস্পতালত।
    Published by:Sanjay Kumar Das
    First published: