உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ, নিশা আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি

    যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ, নিশা আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি

    হাস্পতালখনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ।

    হাস্পতালখনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ।

    হাস্পতালখনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ।

    • Share this:
    যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক চিকিৎসালয়ত ভৰ্তি। নিশা ১০ বাজি ৪৫ মিনিটত গড়চুকস্থিত আয়ুৰসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক।

    উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক। বৰ্তমান হাস্পতালখনৰ তৃতীয় মহলাৰ SR12 কেবিনট চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী।

    হাস্পতালখনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ। বৰ্তমান জুবিনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
    Published by:Sanjay Kumar Das
    First published: