உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পুনৰ আলফা স্বাধীনলৈ মহানগৰীৰ এজন যুৱক! ভাতৃলৈ মেছেজ কৰি ক’লে – ‘চিন্তা নকৰিবি, মই ভালে আছো, মা হঁতক চাবি...’

    পুনৰ আলফা স্বাধীনলৈ মহানগৰীৰ এজন যুৱক! ভাতৃলৈ মেছেজ কৰি ক’লে – ‘চিন্তা নকৰিবি, মই ভালে আছো, মা হঁতক চাবি...’

    বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন। বৃহস্পতিবাৰে পুৱা ৫.৩০ বজাতেই ঘৰত কাকো নোকোৱাকৈ ওলাই গৈছিল মানৱ।

    • Share this:
    পুনৰ গুৱাহাটী মহানগৰীৰ এজন যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে। গীতা মন্দিৰৰ মানৱ ডেকা নামৰ এজন যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰাহৈছে। মানৱ ডেকা পেছাত এজন কনিষ্ঠ অভিযন্তা।

    বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন। বৃহস্পতিবাৰে পুৱা ৫.৩০ বজাতেই ঘৰত কাকো নোকোৱাকৈ ওলাই গৈছিল মানৱ। এটা হাফপেণ্ট আৰু টি-চাৰ্ট পিন্ধিয়েই ওলাই গৈছিল যুৱকজন।

    ২৪ বছৰীয়া যুৱকজনে যোৱাৰ সময়ত ভাতৃক দি থৈ গৈছিল এটা মেছেজ। ঘৰত কাকো চিন্তা কৰিব নালাগে বুলি মেছেজ দিছিল ভাতৃক। মানৱৰ পৰিয়ালে য’তে আছে তাৰ পৰাই মানৱক ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে।
    Published by:Sanjay Kumar Das
    First published: