• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ শিলপুখুৰীত ভয়ংকৰ ঘটনা, ড্ৰাগছৰ বাবেই যুৱকক ছুৰিকাঘাত!

মহানগৰীৰ শিলপুখুৰীত ভয়ংকৰ ঘটনা, ড্ৰাগছৰ বাবেই যুৱকক ছুৰিকাঘাত!

আঘাতপ্ৰাপ্ত যুৱকজনক জিএমচিএইলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দেহৰ বিভিন্ন স্থানত আঘাত কৰিছে যুৱকজনক।

আঘাতপ্ৰাপ্ত যুৱকজনক জিএমচিএইলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দেহৰ বিভিন্ন স্থানত আঘাত কৰিছে যুৱকজনক।

আঘাতপ্ৰাপ্ত যুৱকজনক জিএমচিএইলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দেহৰ বিভিন্ন স্থানত আঘাত কৰিছে যুৱকজনক।

  • Share this:
গুৱাহাটীৰ শিলপুখুৰীত ভয়ংকৰ ঘটনা। এজন যুৱকক ছুৰিকাঘাত দুৰ্বৃত্তৰ। লখৰাৰ দীপক ৰয় নামৰ এজন যুৱকক ছুৰীৰে আক্ৰমণ কৰে চেম্পিয়ন নামৰ আন এজন যুৱকে। ড্ৰাগছক লৈ এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুয়োজন যুৱক ড্ৰাগছ আসক্ত। চেম্পিয়নক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। আঘাতপ্ৰাপ্ত যুৱকজনক জিএমচিএইলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দেহৰ বিভিন্ন স্থানত আঘাত কৰিছে যুৱকজনক।
Published by:Sanjay Kumar Das
First published: