• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈ মুকলি হ'ব পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ আয়ুক্তৰ কাৰ্যালয় ...

কাইলৈ মুকলি হ'ব পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ আয়ুক্তৰ কাৰ্যালয় ...

মুকলিৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিল পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ আয়ুক্তৰ কাৰ্যালয়। জালুকবাৰীস্থিত নৱনিৰ্মিত কাৰ্যালয়টো কাইলৈ পুৱা ১১ বাজি ৩০ মিনিটত মুকলি হ'ব। 

  • Share this:

গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত হাৰমীত সিঙে মুকলি কৰিব কাৰ্যালয়টো। উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপতে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত কাৰ্যালয়টোত থাকিব পশ্চিম গুৱাহাটী আৰক্ষীৰ উপ-আয়ুক্তৰ লগতে জালুকবাৰী, আজাৰাৰ শাখাৰ সহকাৰী আয়ুক্ত। ইয়াৰোপৰি জালুকবাৰী যানবাহন শাখাৰ সহকাৰী আয়ুক্তও থাকিব কাৰ্যালয়টোত।

Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি