NRC ত নাম নাই গুৱাহাটী বিশ্ববিদ্যালয় অধ্যাপক ড৹ চন্দন কুমাৰ গোস্বামীৰ পৰিয়ালৰ

ড৹ চন্দন কুমাৰ গোস্বামীৰ বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক

News18-Assam
Updated:September 14, 2019, 2:55 PM IST
NRC ত নাম নাই গুৱাহাটী বিশ্ববিদ্যালয় অধ্যাপক ড৹ চন্দন কুমাৰ গোস্বামীৰ পৰিয়ালৰ
ড৹ চন্দন কুমাৰ গোস্বামীৰ বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক
News18-Assam
Updated: September 14, 2019, 2:55 PM IST
NRCৰ সম্পূৰ্ণ তালিকাত নাম নাহিল গুৱাহাটী বিশ্ববিদ্যালয় যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড৹ চন্দন কুমাৰ গোস্বামীৰ পৰিয়ালৰ। সকলো নথি-পত্ৰ দাখিলৰ পিছতো NRCত নাম নাহিল গোস্বামীৰ। যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা অতিৰিক্ত সংযোজন তালিকাতো নাম নাছিল অধ্যাপক গোস্বমীৰ। সত্ৰাধিকাৰ পৰিয়ালৰ নাম বঞ্চিত হোৱাত ক্ষুব্ধ অধ্যাপক গোস্বামী।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰা বুলি বিভিন্ন ঠাইত প্ৰতিবাদ চলি থকাৰ সময়তে বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নাম বাদ পৰা বিষয়টোৱে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি