உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Amit Shah in Guwahati : গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কলাক্ষেত্ৰ প্ৰেক্ষাগৃহৰ পৰাই আধাৰশিলা স্থাপন কৰিব তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ

    Amit Shah in Guwahati : গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কলাক্ষেত্ৰ প্ৰেক্ষাগৃহৰ পৰাই আধাৰশিলা স্থাপন কৰিব তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ

    গুৱাহাটীত উপস্থিত হৈ কেঞ্চাৰ হাস্পতালৰ ৰেডিঅ’ থেৰাফি ব্লক মুকলি কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

    গুৱাহাটীত উপস্থিত হৈ কেঞ্চাৰ হাস্পতালৰ ৰেডিঅ’ থেৰাফি ব্লক মুকলি কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

    গুৱাহাটীত উপস্থিত হৈ কেঞ্চাৰ হাস্পতালৰ ৰেডিঅ’ থেৰাফি ব্লক মুকলি কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

    • Share this:
    মেঘালয়ৰ দুদিনীয়া ভ্ৰমণসূচী (amit Shah in Meghalaya) সামৰি গুৱাহাটী (Guwahati)ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)। গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠান। এই অনুষ্ঠানতে প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে কোভিডত মৃত্যু হোৱা ১০০ গৰাকী লোকৰ আত্মীয়ক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব অমিত শ্বাহে।

    তদুপৰি, এই অনুষ্ঠানতে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভাৰ্ছুৱেলী হ’ব চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ এই অনুষ্ঠান। অমিত শ্বাহৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো।

    ইয়াৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈ কেঞ্চাৰ হাস্পতালৰ ৰেডিঅ’ থেৰাফি ব্লক মুকলি কৰে গৃহমন্ত্ৰীগৰাকীয়ে।
    Published by:Sanjay Kumar Das
    First published: