মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠ আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। লখৰাৰ দিশৰ পৰা খানাপাৰা অভিমুখে গতি কৰা এখন কুকুৰাৰ খাদ্য ভৰ্তি ট্ৰাকে বশিষ্ঠ আৰক্ষী থানাৰ সন্মুখত ডিভাইদাৰত খুন্দা মাৰি বাগৰি পৰে।

মহানগৰী(Guwahati)ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ(37NH)ৰ বশিষ্ঠ আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা(accident)। লখৰাৰ দিশৰ পৰা খানাপাৰা অভিমুখে গতি কৰা এখন কুকুৰাৰ খাদ্য ভৰ্তি ট্ৰাকে(Truck) বশিষ্ঠ আৰক্ষী থানাৰ সন্মুখত ডিভাইদাৰত খুন্দা মাৰি বাগৰি পৰে।
আৰক্ষী আৰু প্ৰত্যক্ষদর্শীৰ মতে বিপৰীত দিশৰ পৰা আহি থকা চিটিবাছ এখনৰ ভুলৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জটৰ সৃষ্টি হয়। বশিষ্ঠ যানবাহন আৰক্ষী শাখাই তৎপৰতাৰে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ট্ৰাক চালকজন। ট্ৰাক চালকজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনৰ নম্বৰ হৈছে NL01AE1977 ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|