মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Tributes To Bhupen Hazarika: সুধাকণ্ঠক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! সমাধিৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী আৱাসৰ পৰাই শ্ৰদ্ধা নিবেদন কৰিলে শিল্পী ভূপেন হাজৰিকাক...

Tributes To Bhupen Hazarika: সুধাকণ্ঠক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! সমাধিৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী আৱাসৰ পৰাই শ্ৰদ্ধা নিবেদন কৰিলে শিল্পী ভূপেন হাজৰিকাক...

News18 Assam | News18-Assam
Updated:September 8, 2021, 12:48 PM IST
Tributes To Bhupen Hazarika: সুধাকণ্ঠক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! সমাধিৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী আৱাসৰ পৰাই শ্ৰদ্ধা নিবেদন কৰিলে শিল্পী ভূপেন হাজৰিকাক...
আজি সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন ৷ সুধাকণ্ঠৰ ওপজা দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

আজি সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন ৷ সুধাকণ্ঠৰ ওপজা দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

  • News18 Assam
  • Last Updated: September 8, 2021, 12:48 PM IST
  • Share this:
আজি সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন ৷ সুধাকণ্ঠৰ ওপজা দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ দিছপুৰৰ মুখ্যমন্ত্ৰী আৱাসৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধা জনালে ভূপেন হাজৰিকাক ৷

সুধাকণ্ঠক শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছোচিয়েল মিডিয়াত উল্লেখ কৰে যে"জীৱন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ"৷ লগতে কয় আমাৰ সকলোৰে হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেনদাৰ আজি ওপজা দিন। 'ভাৰতৰত্ন'ৰে সন্মানিত ড: ভূপেন হাজৰিকাদেৱৰ অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰলৈ যি অৱদান সেয়া হয়তো পুনৰাই দোহৰাৰ প্ৰয়োজন নাই। চিৰ প্ৰবহমান লুইতৰ দৰেই তেখেতৰ সৃষ্টিৰাজি অসমৰ প্ৰতিগৰাকী লোকৰ ধমনীত প্ৰবাহিত হৈ থাকিব যুগ যুগ ধৰি। চিৰপ্ৰোজ্জ্বল ব্যক্তিসত্তাৰে সমাজ-সংস্কৃতিক প্ৰাণৱন্ত কৰা এইগৰাকী বিশ্ববৰেণ্য ব্যক্তিত্বক আজি ৯৫সংখ্যক ওপজা দিনত শ্ৰদ্ধাৰে সেৱা জনালোঁ।
Published by: Kokil Sarma
First published: September 8, 2021, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি