আজি সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন ৷ সুধাকণ্ঠৰ ওপজা দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ দিছপুৰৰ মুখ্যমন্ত্ৰী আৱাসৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধা জনালে ভূপেন হাজৰিকাক ৷
Paid rich tributes to legendary music maestro Bharat Ratna Dr Bhupen Hazarika on his 95th birth anniversary.
May the timeless and universal compositions of the Bard of Brahmaputra continue to inspire humanity for generations to come. pic.twitter.com/7a09QmFYax