• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ ভেটাপাৰাত মন্দিৰত চোৰৰ লুটপাত, তলা ভাঙি চোৰে লৈ গ’ল নগদ ধন, সোণ–ৰূপৰ অলংকাৰ

গুৱাহাটীৰ ভেটাপাৰাত মন্দিৰত চোৰৰ লুটপাত, তলা ভাঙি চোৰে লৈ গ’ল নগদ ধন, সোণ–ৰূপৰ অলংকাৰ

গ্ৰীল কাটি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰে। মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে চলালে লুটপাত।

গ্ৰীল কাটি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰে। মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে চলালে লুটপাত।

গ্ৰীল কাটি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰে। মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে চলালে লুটপাত।

  • Share this:
গুৱাহাটীৰ ভেটাপাৰাৰ গোপাল পথৰ বিষ্ণু মন্দিৰত চুৰিকাণ্ড। গ্ৰীল ভাঙি মন্দিৰৰ ভিতৰত চোৰৰ প্ৰৱেশ। চোৰে লুটি নিলে মন্দিৰৰ দানপাত্ৰৰ ধন, সোণ–ৰূপৰ অলংকাৰ, তাল দুযোৰ এপাট আৰু পাঁচটা গছা।

গ্ৰীল কাটি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰে। মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে চলালে লুটপাত। চোৰে মন্দিৰটোত থকা আলমিৰাৰ নথি–পত্ৰ আদিও লণ্ডভণ্ড কৰে। আলমিৰাত নগদ ধনৰ লগতে কাঁহ–পিতলৰ বাচন–বৰ্তন আছিল।
Published by:Sanjay Kumar Das
First published: