• Home
  • »
  • News
  • »
  • assam
  • »
  • উস! কি গৰম! গুৱাহাটীৰ তাপমাত্ৰা বাঢ়িল ৩৮ ডিগ্ৰী চেলচিয়াছলৈ, সকাহ কেতিয়া?

উস! কি গৰম! গুৱাহাটীৰ তাপমাত্ৰা বাঢ়িল ৩৮ ডিগ্ৰী চেলচিয়াছলৈ, সকাহ কেতিয়া?

অহা ৫ আগষ্টলৈ গুৱাহাটী তথা অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব গৰমৰ পৰা ।

অহা ৫ আগষ্টলৈ গুৱাহাটী তথা অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব গৰমৰ পৰা ।

অহা ৫ আগষ্টলৈ গুৱাহাটী তথা অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব গৰমৰ পৰা ।

  • Share this:
চলিত বছৰত গুৱাহাটীৰ সৰ্বোচ্চ তাপমানে অভিলেখ ভংগ কৰিলে। আজি অৰ্থাৎ ৩ আগষ্ট, সোমবাৰৰ দিনটোত গৰমে জ্বলা–কলা খোৱালে ৰাইজক। গুৱাহাটীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলচিয়াছ।

অহা ৫ আগষ্টলৈ গুৱাহাটী তথা অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব গৰমৰ পৰা । অহা ২৪   ঘণ্টাৰ ভিতৰত অসমৰ দুই এঠাইত বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও তাপমান হ্ৰাস নাপায় । ৫ আৰু ৬ আগষ্টত অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।। যাৰ ফলত গুৱাহাটী তথা অসমৰ ৰাইজে গৰমৰ পৰা পৰিত্ৰাণ পাব । এই আগজাননী সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
First published: