• Home
  • »
  • News
  • »
  • assam
  • »
  • এতিয়াও সন্ধান ওলোৱা নাই পাণ্ডুত ভিডিঅ’ বনাবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন কিশোৰজনৰ

এতিয়াও সন্ধান ওলোৱা নাই পাণ্ডুত ভিডিঅ’ বনাবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন কিশোৰজনৰ

সোমবাৰে সন্ধিয়ালৈ এছডিআৰএফ আৰু নদী আৰক্ষীয়ে কিশোৰজনৰ সন্ধানত অভিযান চলাইছিল যদিও নিশা হোৱা বাবে উদ্ধাৰ অভিযান সামৰিবলগীয়া হয়।

  • Share this:
সন্ধান ওলোৱা নাই মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা কিশোৰজনৰ। সোমবাৰে পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত নামি মোবাইলত ভিডিঅ' কৰিবলৈ গৈ নদীৰ সোঁতত উটি গৈছিল কিশোৰজন। সন্ধানহীন কিশোৰজন বড়িপাৰাৰ বিশাল ঘোষ। কিশোৰজনে গা ধুবলৈ গৈ পানীত নামি ভিডিঅ' প্ৰস্তুত কৰিছিল। তাৰ পিছত তেওঁ পাৰত ম'বাইলটো থৈ গা ধুবলৈ নামিছিল। কিন্তু নৈৰ সোঁতত উটি যায় যুৱকজন।

সোমবাৰে সন্ধিয়ালৈ এছডিআৰএফ আৰু নদী আৰক্ষীয়ে কিশোৰজনৰ সন্ধানত অভিযান চলাইছিল যদিও নিশা হোৱা বাবে উদ্ধাৰ অভিযান সামৰিবলগীয়া হয়। আজি পুৱাৰে পৰা পুনৰ কিশোৰজনৰ সন্ধানত চলাব অভিযান।
Published by:Sanjay Kumar Das
First published: