• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি নৱৰাত্ৰিৰ দ্বিতীয় দিন, শক্তিপীঠ কামাখ্যা ধামত কুমাৰী পূজা

আজি নৱৰাত্ৰিৰ দ্বিতীয় দিন, শক্তিপীঠ কামাখ্যা ধামত কুমাৰী পূজা

কালিৰ প্ৰথম দিনটোত এগৰাকী কুমাৰীক লৈ কৰা হৈছিল। এইদৰে প্ৰত্যেক দিনা এগৰাকীকৈ কুমাৰী বৃদ্ধিৰে নৱমীলৈকে পূজা অব্যাহত থাকিব।

  • Share this:
১৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকীয়া দুৰ্গোৎসৱ। এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা। আজি দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ দ্বিতীয়টো দিন। নৱৰাত্ৰিৰ দ্বিতীয় দিনাও শক্তিপীঠ কামাখ্যাত নৱৰাত্ৰি উপলক্ষে কুমাৰী পূজাৰ আয়োজন কৰা হৈছে। এই পৰ্ব অনুসৰি আজি দুগৰাকী কুমাৰীক লৈ পূজা কৰা হৈছে।

উল্লেখযোগ্য যে, কালিৰ প্ৰথম দিনটোত এগৰাকী কুমাৰীক লৈ কৰা হৈছিল। এইদৰে প্ৰত্যেক দিনা এগৰাকীকৈ কুমাৰী বৃদ্ধিৰে নৱমীলৈকে পূজা অব্যাহত থাকিব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত সৰ্বমুঠ ৪৫গৰাকী কুমাৰীক লৈ কুমাৰী পূজা সম্পন্ন কৰা হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি