• Home
  • »
  • News
  • »
  • assam
  • »
  • Special Leave: ১২ আৰু ১৩ জানুৱাৰীত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয় ...

Special Leave: ১২ আৰু ১৩ জানুৱাৰীত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয় ...

প্ৰতীকী ফটো

প্ৰতীকী ফটো

শিক্ষা বিভাগে বাবে এক বিশেষ জাননী যোগে জানিবলৈ দিছে ৬ আৰু ৭ জানুৱাৰীৰ শিক্ষকৰ Special Leave বাতিল কৰা হৈছে । বিপৰীতে এই ছুটীৰ দিন অহা ১২ আৰু ১৩ জানুৱাৰীত স্থিৰ কৰা হৈছে । এই দুদিনত ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয় বন্ধ থাকিব। 

  • Share this:
শিক্ষা বিভাগে (Assam Education Department) বাবে এক বিশেষ জাননী যোগে জানিবলৈ দিছে ৬ আৰু ৭ জানুৱাৰীৰ শিক্ষকৰ Special Leave বাতিল কৰা হৈছে । বিপৰীতে এই ছুটীৰ দিন অহা ১২ আৰু ১৩ জানুৱাৰীত স্থিৰ কৰা হৈছে । এই দুদিন বিদ্যালয়ৰ শিক্ষক (Teacher) তথা অন্যান্য কৰ্মচাৰীসকলে বিশেষ ছুটী ল'ব পাৰিব।

জাননীমতে ১২ আৰু ১৩ জানুৱাৰীত ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয় (Elementary and Secondary School) বন্ধ থাকিব (School Closed)।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি