• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত দুৰ্ঘটনাত পতিত স্কুলবাছ, সুৰামত্ত চালকৰ বাবে এই দুৰ্ঘটনা

গুৱাহাটীত দুৰ্ঘটনাত পতিত স্কুলবাছ, সুৰামত্ত চালকৰ বাবে এই দুৰ্ঘটনা

ঘটনাস্থলীত উপস্থিত গীতানগৰ আৰক্ষী। আৰক্ষীয়ে আটক কৰে সুৰামত্ত অৱস্থাত থকা বাছখনৰ চালকক। লগতে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন।

  • Share this:
গুৱাহাটীৰ গীতানগৰ ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত মাৰিয়াছ পাব্লিক স্কুলৰ এখন বাছ। সুৰামত্ত অৱস্থাত আছিল স্কুলবাছখনৰ চালকজন। গীতামন্দিৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। বাছখনে প্ৰথমে খুন্দা মাৰে এখন IGNIS বাহনত, তাৰ পিছত খুন্দা মাৰে পথৰ দাঁতিত থকা এখন দোকানত।

সৌভাগ্য ক্ৰমে হতাহত হোৱা নাই বাছখনৰ কোনো ছাত্ৰ–ছাত্ৰীৰ লগতে IGNIS বাহনখনত থকা আৰোহী।  কিন্তু দুৰ্ঘটনাতোৰ ক্ষতিগ্ৰস্ত হৈছে IGNIS বাহনখন। দুৰ্ঘটনা গ্ৰস্ত বাছখনৰ নম্বৰ AS 01 GC 4358 আৰু IGNIS বাহন খনৰ নম্বৰ AS 01 FB 6777।

ঘটনাস্থলীত উপস্থিত গীতানগৰ আৰক্ষী। আৰক্ষীয়ে আটক কৰে সুৰামত্ত অৱস্থাত থকা বাছখনৰ চালকক। লগতে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন।
Published by:Sanjay Kumar Das
First published: