মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সৰ্বানন্দ সোণোৱালক BJPয়ে প্ৰক্ষেপ কৰিলে ৰাজ্যসভালৈ ! সোণোৱালৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ শান্তনু ভৰালী, ভৱেশ কলিতাৰ...

সৰ্বানন্দ সোণোৱালক BJPয়ে প্ৰক্ষেপ কৰিলে ৰাজ্যসভালৈ ! সোণোৱালৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ শান্তনু ভৰালী, ভৱেশ কলিতাৰ...

News18 Assam | News18-Assam
Updated:September 18, 2021, 4:47 PM IST
সৰ্বানন্দ সোণোৱালক BJPয়ে প্ৰক্ষেপ কৰিলে ৰাজ্যসভালৈ ! সোণোৱালৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ শান্তনু ভৰালী, ভৱেশ কলিতাৰ...
অসমৰ পৰা ৰাজ্যসভাত খালী হৈ থকা একমাত্ৰ আসনৰ বাবে শনিবাৰে শাসকীয় BJPয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰে ৷ সোণোৱালৰ হৈ মনোনয়নপত্ৰ সংগ্ৰহ শান্তনু ভৰালী আৰু ভৱেশ কলিতাৰ।

  • News18 Assam
  • Last Updated: September 18, 2021, 4:47 PM IST
  • Share this:
অসমৰ পৰা ৰাজ্যসভাত খালী হৈ থকা একমাত্ৰ আসনৰ বাবে শনিবাৰে শাসকীয় BJPয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰে ৷

বিধানসভাৰ সচিবালয়ৰ পৰা শনিবাৰে সৰ্বানন্দ সোণোৱালৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে শান্তনু ভৰালী আৰু ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই ৷ BJPয়ে শনিবাৰে অসমৰ পৰা ৰাজ্যসভাত খালী হৈ থকা আসনখনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ দিনটোতে মনোনয়নপত্ৰ সংগ্ৰহ কৰি ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই বিৰোধীক সমালোচনা কৰে ৷
Published by: Kokil Sarma
First published: September 18, 2021, 4:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি