• Home
  • »
  • News
  • »
  • assam
  • »
  • Sadbhavana Divas : অসম সচিবালয়ত সদ্ভাৱনা দিৱস উদযাপন

Sadbhavana Divas : অসম সচিবালয়ত সদ্ভাৱনা দিৱস উদযাপন

Sadbhavana Divas : দেশৰ লগতে আজি অসমতো সদ্ভাৱনা দিৱস উদ্যাপন কৰা হয়।

Sadbhavana Divas : দেশৰ লগতে আজি অসমতো সদ্ভাৱনা দিৱস উদ্যাপন কৰা হয়।

Sadbhavana Divas : দেশৰ লগতে আজি অসমতো সদ্ভাৱনা দিৱস উদ্যাপন কৰা হয়।

  • Share this:
দেশৰ লগতে আজি অসমতো সদ্ভাৱনা দিৱস (Sadbhavana Divas) উদযাপন কৰা হয়। এই উপলক্ষে সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগৰ উদ্যোগত আয়ুক্ত সচিব এম এছ মনিৱন্ননে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলক জাতি, ধৰ্ম, ভাষা, অঞ্চল নির্বিশেষে ভেদাভেদ নাৰাখি ঐক্য আৰু সম্প্ৰীতি ৰক্ষাৰ লগতে ভেদাভেদ হিংসাৰ আশ্ৰয় নোলোৱাকৈ আলাপ আলোচনা আৰু সাংবিধানিক উপায়েৰে সমাধানৰ শপত (Oath) বাক্য পাঠ কৰোৱায় ৷

আজিৰ এই অনুষ্ঠানত গৃহ আৰু ৰাজনৈতিক বিভাগ (Political Department)ৰ বিশেষ সচিব প্রীতম শ‍ইকীয়া তথা সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। একেদৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো অতিৰিক্ত সঞ্চালক প্রদীপ কুমাৰ ব্ৰহ্মই বিষয়া কৰ্মচাৰীসকলক সম্প্রীতি অটুট ৰখাৰ শপত বাক্য পাঠ কৰোৱায় ৷
Published by:Manjumoni Borah
First published: