• Home
  • »
  • News
  • »
  • assam
  • »
  • Russia Ukraine Crisis: গুৱাহাটী আহি পালে ইউক্ৰেইনত থকা ছাত্ৰ-ছাত্ৰীৰ এটি দল, বৰঝাৰ বিমানবন্দৰত ৫জনীয়া এটি দল

Russia Ukraine Crisis: গুৱাহাটী আহি পালে ইউক্ৰেইনত থকা ছাত্ৰ-ছাত্ৰীৰ এটি দল, বৰঝাৰ বিমানবন্দৰত ৫জনীয়া এটি দল

Russia Ukraine Crisis: আটাইকেইজন ইউক্ৰেইনৰ National Medical Universityত অধ্যায়নৰত আছিল ।

Russia Ukraine Crisis: আটাইকেইজন ইউক্ৰেইনৰ National Medical Universityত অধ্যায়নৰত আছিল ।

Russia Ukraine Crisis: আটাইকেইজন ইউক্ৰেইনৰ National Medical Universityত অধ্যায়নৰত আছিল ।

  • Share this:
গুৱাহাটী আহি পালে ইউক্ৰেইন (Ukraine) ত থকা অসমৰ ছাত্ৰ-ছাত্ৰীৰ এটি দল ।

ইউক্ৰেইনৰ পৰা দিল্লীলৈ বিমানযোগে অহাৰ পিছত পুনৰ দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ আহি পালে ৫ জনীয়া এটি দল ।

গুৱাহাটী আহি পালে হাৰ্বি দত্ত, শ্ববীৰ হক, স্নেহ অধ্যাপক, ডেইজী মেধি আৰু চিৰঞ্জীৱ শইকীয়া । সুকলমে নিজ মাতৃভূমি আহি পালে এই ৫ জন ছাত্ৰ-ছাত্ৰী।

আটাইকেইজন ইউক্ৰেইনৰ National medical universityত অধ্যায়নৰত আছিল ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি