உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Rongali Bihu: মুখ্যমন্ত্ৰীৰ ঘৰত ৰঙালী বিহুৰ আনন্দ, হুচৰি গাই ৰাজ্যবাসীৰ কুশল কামনা

    Rongali Bihu: মুখ্যমন্ত্ৰীৰ ঘৰত ৰঙালী বিহুৰ আনন্দ, হুচৰি গাই ৰাজ্যবাসীৰ কুশল কামনা

    Rongali Bihu: সমগ্ৰ ৰাজ্য়তে এতিয়া ৰঙালী বিহুৰ আনন্দৰ পাৰ ভঙা উছাহ। গৰু বিহু পালনেৰে বৃহস্পতিবাৰৰ পৰাই অসমবাসীয়ে পালন কৰিছে বাপতিসাহোন ৰঙালী বিহু।

    • Share this:
    সমগ্ৰ ৰাজ্য়তে এতিয়া ৰঙালী বিহুৰ আনন্দৰ পাৰ ভঙা উছাহ। গৰু বিহু পালনেৰে বৃহস্পতিবাৰৰ পৰাই অসমবাসীয়ে পালন কৰিছে বাপতিসাহোন ৰঙালী বিহু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৰ বাসগৃহতো হুচৰী গালে বিহুৱা দলে। গৰু বিহুৰ দিনাই সন্ধিয়া মুখ্যমন্ত্ৰীৰ ঘৰত হুচৰি আৰু বিহু নাম গালে গৰখীয়াই।

    যোৰহাটৰ নকছাৰীৰ মাইবেলাৰ এটা হুচৰী দলে মুখ্যমন্ত্ৰীৰ ঘৰত হুচৰি গাই ৰাজ্যবাসীৰ কুশল কামনা কৰে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ লগতে কেইবাগৰাকীও নেতা-মন্ত্ৰী, সাংসদ-বিধায়ক উপস্থিত আছিল।
    Published by:Manjumoni Borah
    First published: