• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীত নিশা পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটা আৰু স্কুটীত খুন্দা তীব্ৰবেগী ছুইফ্ট বাহনৰ

মহানগৰীত নিশা পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটা আৰু স্কুটীত খুন্দা তীব্ৰবেগী ছুইফ্ট বাহনৰ

গাড়ীত আহিছিল ৩জন যুৱক। তিনিওজন যুৱক সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ।

গাড়ীত আহিছিল ৩জন যুৱক। তিনিওজন যুৱক সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ।

গাড়ীত আহিছিল ৩জন যুৱক। তিনিওজন যুৱক সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ।

  • Share this:
মহানগৰীৰ সাওকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগেৰে আহি নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুটা আৰু এখন স্কুটী বাহনত খুন্দা মাৰে AS01EB8436 নম্বৰৰ ছুইফ্ট বাহনখনে। গাড়ীত আহিছিল ৩জন যুৱক। তিনিওজন যুৱক সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ।

২জনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা যুৱককেইজনৰ নাম অৰবিন্দ ডেকা, খনিন্দ্ৰ বৈশ্য, ধৃতিৰাজ ডেকা আৰু সোণমণি বৰ্মন। মুঠ চাৰিজন যুৱক দুৰ্ঘটনাত পতিত হয়। স্কুটীখনৰ নম্বৰ AS 01ED 5083।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি