Assam Board Exams 2021: চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ পক্ষত সিদ্ধান্ত লওক, মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ।

News18 Assam | News18-Assam
Updated:June 7, 2021, 11:18 PM IST
Assam Board Exams 2021: চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ পক্ষত সিদ্ধান্ত লওক, মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ।
অসম চৰকাৰে HSLC আৰু HS চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত এতিয়ালৈ চূড়ান্ত  সিদ্ধান্ত প্ৰকাশ নকৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে পত্ৰ।

অসম চৰকাৰে HSLC আৰু HS চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত এতিয়ালৈ চূড়ান্ত  সিদ্ধান্ত প্ৰকাশ নকৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে পত্ৰ।

  • Share this:
অসম চৰকাৰে HSLC আৰু HS চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত এতিয়ালৈ চূড়ান্ত  সিদ্ধান্ত প্ৰকাশ নকৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে পত্ৰ। টুইটাৰযোগে বৰাই উল্লেখ কৰে এই কথা।

টুইটযোগ ৰিপুণ বৰাই কয় "যেতিয়া কেইবাখনো ৰাজ্যই তেওঁলোকৰ ৰাজ্যিক বোৰ্ড পৰীক্ষা বাতিল কৰিছে, কিয় অসম চৰকাৰে অপেক্ষা কৰি আছে ? #CancelAssamBoardExams পটভূমিত মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছো। আশা কৰো যে সিদ্ধান্তটো আমাৰ মৰমৰ শিক্ষাৰ্থীসকলৰ পক্ষত হ'ব।"
Published by: Kokil Sarma
First published: June 7, 2021, 11:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি