• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰৌণক আলী হাজৰিকা গুৰুতৰভাৱে অসুস্থ, জিএমচিএইচত চিকিৎসাধীন

ৰৌণক আলী হাজৰিকা গুৰুতৰভাৱে অসুস্থ, জিএমচিএইচত চিকিৎসাধীন

যোৱানিশাৰ পৰা বুকুৰ বিষত আক্ৰান্ত হৈ আছিল হাজৰিকা।

যোৱানিশাৰ পৰা বুকুৰ বিষত আক্ৰান্ত হৈ আছিল হাজৰিকা।

যোৱানিশাৰ পৰা বুকুৰ বিষত আক্ৰান্ত হৈ আছিল হাজৰিকা।

  • Share this:
ৰৌণক আলী হাজৰিকা গুৰুতৰভাৱে অসুস্থ। হৃদৰোগত আক্ৰান্ত হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জিম্মাত থকা নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকা। যোৱানিশাৰ পৰা বুকুৰ বিষত আক্ৰান্ত হৈ আছিল হাজৰিকা। জিএমচিএইচত ‍ভৰ্তি কৰোৱা হৈছে ৰৌণক আলী হাজৰিকাক। বিগত চাৰি বছৰত দুটাকৈ ছাৰ্জাৰী হৈছে তেওঁৰ। বৰ্তমান জিএমচিএইচত চিকিৎসা চলি আছে ৰৌণক আলী হাজৰিকাৰ।
Published by:Sanjay Kumar Das
First published: