• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ, বাতিল হ’ব ড্ৰাইভিং লাইচেঞ্চ!

ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ, বাতিল হ’ব ড্ৰাইভিং লাইচেঞ্চ!

ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

  • Share this:
ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। জামিন আৱেদন নাকচ কৰিলে চি জে এম আদালতে। ৰাজকন্যা বৰুৱাৰ চালকৰ অনুজ্ঞাপত্ৰ পৰিবহন বিভাগক জব্দ কৰি বাতিল কৰাৰ নিৰ্দেশ। আৰক্ষীয়ে ৫ দিনৰ জিম্মাত বিচাৰিছিল ৰাজকন্যাক। বুধবাৰে দিছপুৰ আৰক্ষীয়ে জিএনআৰচিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটীৰ ৰাজপথত দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক।
Published by:Sanjay Kumar Das
First published: