গুৱাহাটীৰ লগতে ৰাজ্যৰ দুখন জিলাত নিষিদ্ধ গাহৰি মাংসৰ কিনা-বেচা

- News18 Assam
- Last Updated: May 10, 2020, 6:45 PM IST
উল্লেখযোগ্য যে, এই পৰ্যন্ত মাজুলীত ৩৪০৪ টা, গোলাঘাটত ৮০৮টা আৰু কামৰূপ মেট্ৰত ৩৭টা গাহৰিৰ মৃত্যু হৈছে। এতিয়ালৈকে ৰাজ্যজুৰি ১৩৩৮২ টা। গাহৰিৰ মৃত্যু হৈছে।