গুৱাহাটীৰ লগতে ৰাজ্যৰ দুখন জিলাত নিষিদ্ধ গাহৰি মাংসৰ কিনা-বেচা

News18 Assam | News18-Assam
Updated:May 10, 2020, 6:45 PM IST
গুৱাহাটীৰ লগতে ৰাজ্যৰ দুখন জিলাত নিষিদ্ধ গাহৰি মাংসৰ কিনা-বেচা

  • Share this:
ছোৱাইন ফেভাৰত আক্ৰান্ত হৈছে গাহৰি। ৰাজ্যৰ ছখন জিলাত গাহৰি মাংসৰ কিনা-বেচা নিষিদ্ধ কৰাৰ পিছত এতিয়া গুৱাহাটী, গোলাঘাট আৰু মাজুলীত নিষিদ্ধ কৰা হৈছে গাহৰিৰ কিনা বেচা। আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে নিষিদ্ধ কৰিছে প্ৰশাসনে। এই কথা ঘোষণা কৰিছে পশুপালন মন্ত্ৰী অতুল বৰাই।

উল্লেখযোগ্য যে, এই পৰ্যন্ত মাজুলীত ৩৪০৪ টা, গোলাঘাটত ৮০৮টা আৰু কামৰূপ মেট্ৰত ৩৭টা গাহৰিৰ মৃত্যু হৈছে। এতিয়ালৈকে ৰাজ্যজুৰি ১৩৩৮২ টা। গাহৰিৰ মৃত্যু হৈছে।

 
First published: May 10, 2020, 6:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি