সন্দেহজনক লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান, ৯১জনক আটক

ভাড়াঘৰত কোনো নথি–পত্ৰ নথকাকৈ বাস কৰা লোকৰ বিৰুদ্ধে এই অভিযান আৰক্ষীৰ।

News18-Assam
Updated:September 17, 2019, 1:55 PM IST
সন্দেহজনক লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান, ৯১জনক আটক
ভাড়াঘৰত কোনো নথি–পত্ৰ নথকাকৈ বাস কৰা লোকৰ বিৰুদ্ধে এই অভিযান আৰক্ষীৰ।
News18-Assam
Updated: September 17, 2019, 1:55 PM IST
গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হৈ থকা চুৰি–ডকাইতিৰ ঘটনা ৰোধৰ বাবে আৰক্ষীৰ বিশেষ অভিযান। ভাস্কৰ নগৰত পুৱতিনিশা অভিযান চলাই ৯১জন সন্দেহজনক লোকক আটক কৰে চানমাৰি আৰু গীতানগৰ আৰক্ষীয়ে। ভাড়াঘৰত কোনো নথি–পত্ৰ নথকাকৈ বাস কৰা লোকৰ বিৰুদ্ধে এই অভিযান আৰক্ষীৰ। চানমাৰি আৰক্ষীয়ে আটক কৰা ৯১জনৰ ৭৬জনক সোধা–পোছা কৰাৰ পিছত মুকলি কৰি দিয়ে। ১৫জনক আৰু অধিক সোধা–পোছাৰ বাবে ৰাখি থোৱা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি