২৫ নৱেম্বৰত গুৱাহাটীত বন্ধ থাকিব পেট্ৰ’ল পাম্প

News18-Assam
Updated:November 23, 2019, 6:14 PM IST
২৫ নৱেম্বৰত গুৱাহাটীত বন্ধ থাকিব পেট্ৰ’ল পাম্প
নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনৰ সিদ্ধান্ত

নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনৰ সিদ্ধান্ত

  • Share this:
২৫ নৱেম্বৰত বন্ধ মহানগৰীৰ তেলডিপো।
২৪ ঘণ্টা ধৰি বন্ধ থাকিব সকলো তেলডিপো।
২৫ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা বন্ধৰ কাৰ্যসূচী।

২৬ নৱেম্বৰৰ পুৱা ৫বজালৈ বন্ধ থাকিব তেলডিপো।
নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনৰ সিদ্ধান্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি