உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শুকুৰবাৰে গুৱাহাটী মহানগৰীত নাপাব পেট্ৰ’ল–ডিজেল!

    শুকুৰবাৰে গুৱাহাটী মহানগৰীত নাপাব পেট্ৰ’ল–ডিজেল!

    ১৫ মে’ত সমস্যা সমাধান নহ’লে অনিৰ্দিষ্টকাললৈ বন্ধৰ ডিপোসমূহ বন্ধৰ হুংকাৰ। ১৬ মে’ৰ পুৱা ৫ বজাৰ পৰা সকলো ডিপো বন্ধ কৰি দিয়াৰ ঘোষণা।

    • Share this:
    কাইলৈ গুৱাহাটী মহানগৰীত নাপাব পে’ট্ৰল আৰু ডিজেল। ১৩ মে’ৰ পুৱা ৫ বজাৰ পৰা ১৪ মে’ৰ পুৱা ৫ বজালৈ বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো পে’ট্ৰল ডিপো। তৈল কোম্পানীৰ প্ৰৱঞ্চনাৰ প্ৰতিবাদত এই সিদ্ধান্ত তেল ডিপো মালিক সন্থাৰ।

    ১৫ মে’ত সমস্যা সমাধান নহ’লে অনিৰ্দিষ্টকাললৈ বন্ধৰ ডিপোসমূহ বন্ধৰ হুংকাৰ। ১৬ মে’ৰ পুৱা ৫ বজাৰ পৰা সকলো ডিপো বন্ধ কৰি দিয়াৰ ঘোষণা।
    Published by:Sanjay Kumar Das
    First published: