আজি গুৱাহাটীত (Petrol Diesel Price) পেট্ৰ'লৰ দাম ৯৯.৮৯ টকা আৰু ডিজেলৰ দাম ৮৫.৯০ টকা। আজি পেট্ৰ'লৰ দাম ৮৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৭৪ পইচা বৃদ্ধি (Price Hike) পাইছে।
আজি গুৱাহাটীত (Petrol Diesel Price) পেট্ৰ'লৰ দাম ৯৯.৮৯ টকা আৰু ডিজেলৰ দাম ৮৫.৯০ টকা। আজি পেট্ৰ'লৰ দাম ৮৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৭৪ পইচা বৃদ্ধি (Price Hike) পাইছে।
সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। আজি পুনৰ বৃদ্ধি পোৱাৰ লগে লগে ৮ দিনত ৭ বাৰকৈ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম। প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
আজি গুৱাহাটীত (Petrol Diesel Price) পেট্ৰ'লৰ দাম ৯৯.৮৯ টকা আৰু ডিজেলৰ দাম ৮৫.৯০ টকা। আজি পেট্ৰ'লৰ দাম ৮৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৭৪ পইচা বৃদ্ধি (Price Hike) পাইছে। আনহাতে ৰাজ্যৰ অন্ন কিছু প্ৰান্তত পেট্ৰ'লৰ দামে ইতিমধ্যে শতকৰ ঘৰত প্ৰৱেশ কৰিছে। অতি শীঘ্ৰেই গুৱাহাটীত পেট্ৰ'লৰ মূল্য শতকৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|