• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ হাতীগাঁৱত দুৰ্ঘটনা, জাৱৰ কঢ়িওৱা গাড়ীৰ খুন্দাত নিহত বাইক আৰোহী

মহানগৰীৰ হাতীগাঁৱত দুৰ্ঘটনা, জাৱৰ কঢ়িওৱা গাড়ীৰ খুন্দাত নিহত বাইক আৰোহী

হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে।

হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে।

হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে।

  • Share this:
মহানগৰীৰ হাতীগাঁৱত দুৰ্ঘটনা। জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত নিহত এজন বাইক আৰোহী। নিহত বাইক আৰোহীজনৰ নাম জানিব পৰা হোৱা নাই। হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে।
Published by:Sanjay Kumar Das
First published: