• Home
  • »
  • News
  • »
  • assam
  • »
  • জেহাদীৰ সৈতে সম্পৰ্ক! গুৱাহাটীৰ হাতীগাঁৱৰ পৰা চাৰিজনক আটক

জেহাদীৰ সৈতে সম্পৰ্ক! গুৱাহাটীৰ হাতীগাঁৱৰ পৰা চাৰিজনক আটক

আটকাধীন তিনিজনৰ ক্ৰমে মৰোগ্ৰ আলী, ছিদ্দিক আলী আৰু আছমত আলী৷ হাতীগাঁৱৰ সিজুবাৰীৰ খানকাহৰ পৰা আটক হৈছে তিনিওজন৷

  • Share this:
গুৱাহাটীত জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত চাৰিজনক আটক। হাতীগাঁৱৰ পৰা জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত প্ৰথমে শ্বাহানুৰ আলম নামৰ এজনক আটক কৰাৰ পিছত শ্বাহানুৰৰ আন তিনিজন সহযোগীকো আটক কৰে আৰক্ষীয়ে।

আটকাধীন তিনিজনৰ ক্ৰমে মৰোগ্ৰ আলী, ছিদ্দিক আলী আৰু আছমত আলী৷ হাতীগাঁৱৰ সিজুবাৰীৰ খানকাহৰ পৰা আটক হৈছে তিনিওজন৷ পিছত শ্বাহানুৰ আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমান আটাইকেইজনক বৰপেটালৈ প্ৰেৰণ কৰিছে মহানগৰ আৰক্ষীয়ে। বৰপেটা আৰক্ষীয়ে চাৰিওজনকে নিজৰ জিম্মাত লৈ বৰপেটালৈ ৰাওনা হৈছে।
Published by:Sanjay Kumar Das
First published: