• Home
  • »
  • News
  • »
  • assam
  • »
  • ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে পুনৰ‌ বন্ধ হ’ল ‌গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে পুনৰ‌ বন্ধ হ’ল ‌গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

পূৰ্বে যোৱা ১৯ জুনৰ পৰা ২৪ জুনলৈ বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। ফে

পূৰ্বে যোৱা ১৯ জুনৰ পৰা ২৪ জুনলৈ বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। ফে

পূৰ্বে যোৱা ১৯ জুনৰ পৰা ২৪ জুনলৈ বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। ফে

  • Share this:
পুনৰ‌ বন্ধ হ’ল ‌গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী-উত্তৰ গুৱাহাটী ‌ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে। এটা পষেকৰ ভিতৰত দ্বিতীয় বাৰৰ বাবে গুৱাহাটীত বন্ধ ফেৰীৰ চলাচল।

ইয়াৰ পূৰ্বে যোৱা ১৯ জুনৰ পৰা ২৪ জুনলৈ বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। ফেৰী চলাচল বন্ধ হোৱাত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰীৰ মাজত হাহাকাৰ অবস্থা। বিকল্প বাছ সেৱাৰ দাবী যাত্ৰীসকলৰ।
Published by:Sanjay Kumar Das
First published: