ছোৱালী আৰু ল’ৰা দুয়োৰে উপযুক্ত বিয়াৰ বয়স হোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে।
ছোৱালী আৰু ল’ৰা দুয়োৰে উপযুক্ত বিয়াৰ বয়স হোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে।
মহানগৰীৰ হাতীগাঁৱত নৃশংস হত্যাকাণ্ড। ডিঙি চেপি হত্যা কৰিলে বোৱাৰীয়েকক। দিলোৱাৰা ওৰফে প্ৰতিমা বেগমক স্বামী ৰূপচান আৰু পিৰয়ালৰ সদস্যই ডিঙি চেপি হত্যা কৰাৰ অভিযোগ। হাতীগাঁও আৰক্ষীয়ে পৰিয়ালৰ আটাইকেইজনক গ্ৰেপ্তাৰ কৰিছে।হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ দিছপুৰ হাস্পতালত ভৰ্তি কৰি নাটক ৰচিছিল পৰিয়ালে। যৌতুক বিচাৰি হাহাকাৰ কৰিছিল স্বামী পৰিয়ালৰ লোকে। আনহাতে, ছোৱালী আৰু ল’ৰা দুয়োৰে উপযুক্ত বিয়াৰ বয়স হোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|