• Home
  • »
  • News
  • »
  • assam
  • »
  • Weather Alert : আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত হ’ব বৰষুণ! জনালে বতৰ বিজ্ঞান কেন্দ্ৰই

Weather Alert : আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত হ’ব বৰষুণ! জনালে বতৰ বিজ্ঞান কেন্দ্ৰই

বিগত কিছুদিন ধৰি গৰমে দহিছে সমগ্ৰ অসম।

বিগত কিছুদিন ধৰি গৰমে দহিছে সমগ্ৰ অসম।

বিগত কিছুদিন ধৰি গৰমে দহিছে সমগ্ৰ অসম।

  • Share this:
আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত কিছু পৰিমাণে বৰষুণৰ হোৱাৰ সম্ভৱনা। এই সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কিছু কিছু স্থানত বৰষুণৰ লগতে থাকিব ধেৰেকনি।

উল্লেখযোগ্য বিগত কিছুদিন ধৰি গৰমে দহিছে সমগ্ৰ অসম। তাৰ মাজতে সোমবাৰে মহানগৰীৰ লগতে কিছু কিছু প্ৰান্তত বৰষুণ হোৱা দেখা যায়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি