News18 AssamNews18 Assam
|
News18-Assam Updated:February 16, 2020, 7:48 PM IST
ABCৰ ৰাজীৱ ভৱনৰ সমীপত সংঘটিত হৈছে এই ঘটনা
ABCৰ ৰাজীৱ ভৱনৰ সমীপত সংঘটিত হৈছে এই ঘটনা
গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ABCৰ ৰাজীৱ ভৱনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। এটা বৃহৎ অট্টালিকাত হয় অগ্নিকাণ্ডৰ সুত্ৰপাত। অট্টালিকাৰ পঞ্চম মহলাত থকা এখন কাপোৰৰ বিপনী সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ খবৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক। কিন্তু এতিয়াও নিৰ্বাচিত হোৱা নাই জুই।
Published by:
Himangshu Bhuyan
First published:
February 16, 2020, 7:48 PM IST