• Home
  • »
  • News
  • »
  • assam
  • »
  • মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, ধ্বংসস্তুপত পৰিণত ১০টাতকৈ অধিক ঘৰ

মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, ধ্বংসস্তুপত পৰিণত ১০টাতকৈ অধিক ঘৰ

ৰান্ধনী ঘৰৰ পৰা অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই।

  • Share this:
মালিগাঁৱৰ গোটনাগৰস্থিত বি জি কলনীত নিশা বিধ্বংসী অগ্নিকাণ্ড। মাজনিশা প্ৰায় ১ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত শ্ৰমিক বসবাস কৰা ১০টাতকৈ অধিক টিনৰ ঘৰ ভস্মীভূত হয়। নিমিষতেই ছাইত পৰিণত হয় শ্ৰমিকৰ পৰিয়ালৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী।

ৰান্ধনী ঘৰৰ পৰা অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই। লগতে নিশাই উপস্থিত হয় জালুকবাৰী আৰক্ষী চকী আৰু মালিগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ দল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি