• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত আহত ৰঞ্জিত বৰাৰ মৃত্যু

মহানগৰীৰ পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত আহত ৰঞ্জিত বৰাৰ মৃত্যু

গুলীচালনাত গুৰুতৰভাৱে আহত ৰঞ্জিত বৰাক লগে লগে প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ।

গুলীচালনাত গুৰুতৰভাৱে আহত ৰঞ্জিত বৰাক লগে লগে প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ।

গুলীচালনাত গুৰুতৰভাৱে আহত ৰঞ্জিত বৰাক লগে লগে প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ।

  • Share this:
মহানগৰীৰ পাঞ্জাবাৰীত গুলীচালনাত আহত ৰঞ্জিত বৰাৰ মৃত্যু। জিএমচিএইচলৈ নিয়াৰ পথতে মৃত্যু হয় বৰাৰ। আজি কিছু সময় পূৰ্বে পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল বৰা। পূৰৱী ডায়েৰীৰ বিতৰক আছিল নিহত ৰঞ্জিত বৰা।

গুলীচালনাত গুৰুতৰভাৱে আহত ৰঞ্জিত বৰাক লগে লগে প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ। কিন্তু হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয় লোকজনৰ। বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে গুলীচালনা কৰিছিল দুৰ্বৃত্তই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি