মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Lovlina Borgohain : নতুন দিল্লী অভিমুখে ৰাওনা লাভলীনা বৰগোহাঁই, ১৭ আগষ্টত পুনৰ উভতি আহিব অসমলৈ

Lovlina Borgohain : নতুন দিল্লী অভিমুখে ৰাওনা লাভলীনা বৰগোহাঁই, ১৭ আগষ্টত পুনৰ উভতি আহিব অসমলৈ

News18 Assam | News18-Assam
Updated:August 13, 2021, 10:27 AM IST
Lovlina Borgohain : নতুন দিল্লী অভিমুখে ৰাওনা লাভলীনা বৰগোহাঁই, ১৭ আগষ্টত পুনৰ উভতি আহিব অসমলৈ
১৭ আগষ্টৰ পৰা এমাহ মাক–দেউতাক তথা পৰিয়ালৰ সৈতে কটাব লাভলীনা বৰগোঁহায়ে।

১৭ আগষ্টৰ পৰা এমাহ মাক–দেউতাক তথা পৰিয়ালৰ সৈতে কটাব লাভলীনা বৰগোঁহায়ে।

  • Share this:
নতুন দিল্লী অভিমুখে ৰাওনা লাভলীনা বৰগোহাঁই। চাৰিদিন নতুন দিল্লীত কটাব লাভলীনা বৰগোহাঁয়ে। ১৫ আগষ্টত লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব লাভলীনা। ১৭ আগষ্টত পুনৰ অসমলৈ উভতি আহিব। ১৭ আগষ্টৰ পৰা এমাহ মাক–দেউতাক তথা পৰিয়ালৰ সৈতে কটাব লাভলীনা বৰগোঁহায়ে।
Published by: Sanjay Kumar Das
First published: August 13, 2021, 10:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি