ৰাজহ চক্ৰ বিষয়াসকলক (Circle Officer) মাটিৰ ফাইল পৰি থকাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ( Assam CM Himanta Biswa Sarma)। কামৰূপ গ্ৰাম্যত পৰি আছে ৬৭০ টা ফাইল। কামৰূপ মহানগৰত পৰি আছে প্ৰায় ৬০০০ ফাইল।
ৰাজহ চক্ৰ বিষয়াসকলক (Circle Officer) মাটিৰ ফাইল পৰি থকাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ( Assam CM Himanta Biswa Sarma)। কামৰূপ গ্ৰাম্যত পৰি আছে ৬৭০ টা ফাইল। কামৰূপ মহানগৰত পৰি আছে প্ৰায় ৬০০০ ফাইল।
কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া, ADCৰ সন্মিলন। সন্মিলনত বিষয়াসকলৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ৰাজহ চক্ৰ বিষয়াসকলক (Circle Officer) মাটিৰ ফাইল পৰি থকাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ( Assam CM Himanta Biswa Sarma)। কামৰূপ গ্ৰাম্যত পৰি আছে ৬৭০ টা ফাইল। কামৰূপ মহানগৰত পৰি আছে প্ৰায় ৬০০০ ফাইল। কামৰ বিনিময়ত কোনো লোকে ধন ল'ব নোৱাৰিব বুলি সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ। সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ পৰামৰ্শ। পৰি থকা ফাইলসমূহ ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। দালালিৰাজ বন্ধ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|