Covid 19 Assam: গুৱাহাটীত ৮টা ৱাৰ্ড কোভিডৰ হটস্পট। আজিৰে পৰা ঘোষণা হ'ব পাৰে কণ্টেইনমেণ্ট জ'ন। ক'ত ক'ত হ'ব পাৰে কণ্টেইনমেণ্ট জ'ন?

News18 Assam | News18-Assam
Updated:May 5, 2021, 12:24 PM IST
Covid 19 Assam: গুৱাহাটীত ৮টা ৱাৰ্ড কোভিডৰ হটস্পট। আজিৰে পৰা ঘোষণা হ'ব পাৰে কণ্টেইনমেণ্ট জ'ন। ক'ত ক'ত হ'ব পাৰে কণ্টেইনমেণ্ট জ'ন?
কামৰূপ মহানগৰ উপাযুক্তই ঘোষণা কৰিব কণ্টেইনমেণ্ট জ'ন। কোভিডৰ হটস্পটত গুৱাহাটীৰ ৮টাকৈ ৱাৰ্ড। এই ৱাৰ্ডকেইটা হৈছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু৩১ নং ৱাৰ্ড।

কামৰূপ মহানগৰ উপাযুক্তই ঘোষণা কৰিব কণ্টেইনমেণ্ট জ'ন। কোভিডৰ হটস্পটত গুৱাহাটীৰ ৮টাকৈ ৱাৰ্ড। এই ৱাৰ্ডকেইটা হৈছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু৩১ নং ৱাৰ্ড।

  • Share this:
গুৱাহাটীত আজিৰে পৰা ঘোষণা হ'ব পাৰে কণ্টেইনমেণ্ট জ'ন।  কামৰূপ মহানগৰ উপাযুক্তই ঘোষণা কৰিব কণ্টেইনমেণ্ট জ'ন। গুৱাহাটীৰ হটস্পট এলেকাসমূহত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব প্ৰশাসনে।

কোভিডৰ হটস্পটত গুৱাহাটীৰ ৮টাকৈ ৱাৰ্ড। এই ৱাৰ্ডকেইটা হৈছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু৩১ নং ৱাৰ্ড।

গুৱাহাটীত কোৰ'নাত অধিক আক্ৰান্ত অঞ্চলকেইটা হৈছে বেলতলা, বশিষ্ঠ, ফটাশিল আমবাৰী, বৰ্ষাপাৰা, ধীৰেনপাৰা, কুমাৰপাৰা, এটিৰোড, মাছখোৱা, ভুতনাথ, খানাপাৰা, পাঞ্জাবাৰী, হাতীগাঁও, উলুবাৰী, ৰিহাবাৰী, ডিজিপি কমপ্লেক্স, বিলপাৰ, ছলাপাৰা,পাণ্ডু, মালিগাঁও, নাৰেংগী, বোন্দা।

২৮নং ৱাৰ্ডত আক্ৰান্ত ৭২৩, ১৬নং ৱাৰ্ডত ৫০৬, ৮নং ৱাৰ্ডত ৪১৯গৰাকী, ৩১নং ৱাৰ্ডত ৩৩৪, ২৯নং ৱাৰ্ডত ৩২৮, ১৪নং ৱাৰ্ডত ৩১৮, ৩নং ৱাৰ্ডত ২৯৩, ২৪নং ৱাৰ্ডত ২৮১গৰাকী।
Published by: Manjumoni Borah
First published: May 5, 2021, 12:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি