• Home
  • »
  • News
  • »
  • assam
  • »
  • Janata Bhavan|National Anthem: জনতা ভৱনৰ দুৱাৰ মুখতে জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীতৰ আদৰণি তোৰণ

Janata Bhavan|National Anthem: জনতা ভৱনৰ দুৱাৰ মুখতে জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীতৰ আদৰণি তোৰণ

জনতা ভৱনত জাতীয় সংগীত আৰু দেশ ৰাস্ট্ৰীয় সংগীতৰ দুফাকি লিখি নতুন চানেকি ডাঙি ধৰিলে চৰকাৰে।

জনতা ভৱনত জাতীয় সংগীত আৰু দেশ ৰাস্ট্ৰীয় সংগীতৰ দুফাকি লিখি নতুন চানেকি ডাঙি ধৰিলে চৰকাৰে।

জনতা ভৱনত জাতীয় সংগীত আৰু দেশ ৰাস্ট্ৰীয় সংগীতৰ দুফাকি লিখি নতুন চানেকি ডাঙি ধৰিলে চৰকাৰে।

  • Share this:
স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰাকক্ষণত সজাই পৰাই তোলা হৈছে জনতা ভৱন।
জনতা ভৱনৰ চিএম ব্লকৰ সন্মুখত অসমৰ জাতীয় সংগীত আৰু দেশৰ ৰাস্ট্ৰীয় সংগীতৰ দুফাকি লিখি নতুন ধৰণে সজাই তোলা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জনতা ভৱনত এই সাজ সজ্জা।

দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শাসনলৈ অহাৰ পাছতে সকলো অনুষ্ঠানৰ আৰম্ভণীত জাতীয় সংগীত আৰু অনুষ্ঠানৰ শেষত ৰাস্ট্ৰীয় সংগীত পৰিবেশনৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ পাছত এইবাৰ জনতা ভৱনত জাতীয় সংগীত আৰু দেশ ৰাস্ট্ৰীয় সংগীতৰ দুফাকি লিখি নতুন চানেকি ডাঙি ধৰিলে চৰকাৰে।

অসমীয়া ভাষাত ইটালিয়ান মাৰ্বলেৰে খোদিত কৰিলে দুয়োটা অমৰ সংগীতৰ দুফাকি।
আটকধুনীয়াকৈ সজাই পৰাই সুন্দৰকৈ উপস্থাপন কৰা হৈছে এই কাৰ্য্য।
Published by:Manjumoni Borah
First published: