• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম ৰক্তাক্ত কৰাৰ ব্লুপ্ৰিণ্ট আইএছআই–অল কায়দাৰ, টাৰ্গেট ৰে’ল ষ্টেচন–বাছ আস্থান–ধৰ্মীয় অনুষ্ঠান

অসম ৰক্তাক্ত কৰাৰ ব্লুপ্ৰিণ্ট আইএছআই–অল কায়দাৰ, টাৰ্গেট ৰে’ল ষ্টেচন–বাছ আস্থান–ধৰ্মীয় অনুষ্ঠান

অসম অশান্ত কৰাৰ বাবে অল–কায়দাই জাৰি কৰিছে ভিডিঅ’। চোৰাংচোৱাৰ হাততো আহি পৰিছে অল–কায়দাৰ এই ভিডিঅ’ বাৰ্তা। অ

  • Share this:
অসমত পাক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ ব্লুপ্ৰিণ্ট। পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ অসম অশান্ত কৰাৰ ষড়যন্ত্ৰ। অসমত বিস্ফোৰণৰ পৰিকল্পনা অল–কায়দাৰ। চোৰাংচোৱাৰ তথ্য লাভৰ পিছতে এতিয়া প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে।

অসম অশান্ত কৰাৰ বাবে অল–কায়দাই জাৰি কৰিছে ভিডিঅ’। চোৰাংচোৱাৰ হাততো আহি পৰিছে অল–কায়দাৰ এই ভিডিঅ’ বাৰ্তা। অল–কায়দাৰ ‘এজ ছাহেব’ শীৰ্ষক ভিডিঅ’ বাৰ্তা প্ৰকাশ। গৰুখুঁটি কাণ্ডক লৈ বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ পাক সন্ত্ৰাসবাদী সংগঠনৰ।

অসম আৰু কাশ্মীৰত জেহাদৰ আহ্বান মৌলবাদী সংগঠনটোৰ। জন সমাগম হোৱা স্থান, ৰে’ল ষ্টেচন, বাছ আস্থান, ধৰ্মীয় অনুষ্ঠান আদিত বিস্ফোৰণৰ ভাবুকি।

আই ই ডি তথা বোমা বিস্ফোৰণৰ ভাবুকি আইএছআই–অল কায়দাৰ। অসমত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে এই ভাবুকি প্ৰদান কৰিছে।
Published by:Sanjay Kumar Das
First published: